Hilikhaghatiya

শিলিখা ঘটীয়া বংশ

Translate

Showing posts with label Hilikhaghatiya Lineage. Show all posts
Showing posts with label Hilikhaghatiya Lineage. Show all posts

Wednesday, 25 January 2023

Gojen Moran from Dirak Soonjan Village

 

৺গজেন মৰাণ

ডিৰাক সোণজান গাঁও

জন্মঃ ১৯৪২ চন

মৃত্যুঃ ১৮-০৮-২০২২ চন ৷


প্ৰয়াত গজেন মৰাণ স্বৰ্গীয় ঘোটোক মৰাণৰ বৰ পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ৺মুদি মৰাণ আৰু শ্ৰীমতী কানৈ মৰাণ ৷ সন্তান চাৰিজন পুত্ৰ আৰু ৪ গৰাকী জী ৷ ১৯৪২ চনত জন্মগ্ৰহণ কৰা আৰু ২০২২ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত গজেন মৰাণ শিলিখাঘটীয়া বংশৰ ৫ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Juge Moran from Dirak Soonjan Village

 

৺যোগে মৰাণ

ডিৰাক সোণজান গাঁও

মৃত্যুঃ ১৯৯৭ চন ৷

প্ৰয়াত ঁযোগে মৰাণ স্বৰ্গীয় দালিম মৰাণৰ প্ৰথম পুত্ৰ ৷ তেওঁ সোণজান গাঁৱৰ স্থায়ী বাসিন্দা আছিল ৷ তেওঁৰ পত্নী ভাদৈ মৰাণ ৷   ১৯৯৭ চনত ইহলিলা সম্বৰণ কৰা প্ৰয়াত ঁযোগে মৰাণ শিলিখাঘটীয়া বংশৰ ৬ নম্বৰ প্ৰজন্মৰ ব্যক্তি আছিল ৷

Tuesday, 24 January 2023

The villages inhabited by the Shilikha Ghatia clan || শিলিখা ঘটীয়া বংশৰ লোকসকলে বসবাস কৰা গাওঁ সমূহ

শিলিখা ঘটীয়া বংশৰ লোকসকলে বসবাস কৰা গাওঁ সমূহ :

১) কুলিপথাৰ গাঁও 

২) কাকপথাৰ      

৩) ৰূপাই              

৪) ৰহবাৰী হাঁহখাটী গাঁও

৫) বেতনি (মাকুম) 

৬) অসমীয়া কাঠগাঁও

৭) নাহৰণি গাঁও        

৮) মাকুম                

৯) টিংৰাই গাঁও         

১০) ডিৰাক সোণজান 

১১) টঙনা মাজগাঁও    

১২) কলাখোৱা গাঁও   

১৩) কৌপাতনি গাঁও     

১৪) কঠালগুৰি গাঁও    

১৫) চেঙাপথাৰ গাঁও   

১৬) হাতীগড় গাঁও        

১৭) পথাৰগাঁও             

১৮) ডুমডুমা                 

১৯) বৰগুৰী, তিনিচুকীয়া

২০) ধূলিজান গাঁও (মাকুম) 

২১) দীঘলিপথাৰ গাঁও    

২২) বৰডুমচা                

২৩) লিটং গাঁও              

২৪) ২ নং হোলোং নগাঁও 

২৫) সৰুমাইঠং গাঁও      

২৬) কপাহতলি গাঁও      

২৭) চিকৰাজান গাঁও      

২৮) মহং গাঁও                

২৯) মিহলিৰিতু গাঁও       

৩০) ৰতনি পথাৰ গাঁও    

৩১) ২ নং মিহলিৰিতু গাঁও

৩২) টেকেৰী গাঁও            

৩৩) ডুমচি হাতীগড় গাঁও  

৩৪) এৰালনি গাঁও          

৩৪) জানমুখ, তিনিচুকীয়া

৩৫) তালপথাৰ গাঁও       

৩৬) কাকজান সোণজান 

৩৭) মছবাৰী গাঁও           

৩৮) ভাতি মামৰণি গাঁও  

৩৯) লক্ষীপথাৰ গাঁও       

৪০) উজনি মামৰণি      

৪১) ১ নং কাচিজান(খামতি গাঁও) 

৪২) বৰালি গাঁও             

৪৩) লাউপানী গাঁও         

৪৪) নলনি গাঁও             

৪৫) উৱন গাঁও              

৪৬) তৰাণি গাঁও            

HISTORY OF HILIKHAGHATIYA CLAN

Sunday, 1 January 2023

Tankeswar Moran from Kulipathar Village

 

শ্ৰীযুত টংকেশ্বৰ মৰাণ

পিতৃ :- ৺দেওঁবৰ মৰাণ

কুলিপথাৰ গাওঁ ৷

 বংশৰ সম্বন্ধ নং ৫

 এখেত শিলিখাঘটীয়া বংশৰ প্ৰয়াত দেউবৰ মৰাণৰ সৰু পু্ত্ৰ ৷ শিলিখাঘটীয়া বংশ উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক ৷

Sunday, 11 December 2022

Seket Moran Miholiritu Village

 

শ্ৰীযুত চেকেত মৰাণ

পিতা -ঁটেঙাবৰ মৰাণ

জন্ম স্থান - কুলিপথাৰ গাওঁ

বৰ্তমান ঠিকনা - মিহলিৰিতু গাওঁ ৷

    এখেত শিলিখাঘটীয়া বংশৰ অন্যতম বয়োজ্যেষ্ঠ ব্যক্তি ৷

Thursday, 8 December 2022

Muleswar Moran Kulipathar Village


শ্ৰীযুত মুলেশ্বৰ মৰাণ

পিতৃ - ৺কাদন মৰাণ

জন্ম - ২৫ এপ্ৰিল ১৯৪৯ চন কুলিপথাৰ গাওঁ ৷

এখেত শিলিখাঘটীয়া বংশৰ বংশাৱলী সভাৰ এজন গুৰি ধৰোতা ব্যক্তি ৷ শিলিখাঘটীয়া বংশৰ বিভিন্ন স্থানত বাস কৰা পৰিয়াল তথা বংশধৰসকলক একেখন মঞ্চত একত্ৰিত  কৰি ১৯৮৫ চনৰ এক শুভ ক্ষণত বংশৰ প্ৰথম খন বংশাৱলী সভা অনুস্থিত কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে তেওঁৱে আছিল শিলিখাঘটীয়া বংশটোৰ প্ৰথমজন মেট্ৰিকুলেট ব্যক্তি ৷ তেওঁ একেৰাহে শিলিখাঘটীয়া বংশ উন্নয়ন সমিতিৰ সম্পাদক, শিক্ষক সন্মিলনি, শাখা সাহিত্য সভা আদি বিভিন্ন সংগঠনত জড়িতহৈ সমাজৰ হকে সেৱা আগবঢ়াইছিল ৷ বৰ্তমান তেওঁ  এজন অৱসৰ প্ৰাপ্ত শিক্ষক ৷

Monday, 5 December 2022

Hilikhaghatiya Lineage's Photos

 




















Search

Powered by Blogger.