Hilikhaghatiya

শিলিখা ঘটীয়া বংশ

Translate

Thursday, 8 December 2022

Muleswar Moran Kulipathar Village


শ্ৰীযুত মুলেশ্বৰ মৰাণ

পিতৃ - ৺কাদন মৰাণ

জন্ম - ২৫ এপ্ৰিল ১৯৪৯ চন কুলিপথাৰ গাওঁ ৷

এখেত শিলিখাঘটীয়া বংশৰ বংশাৱলী সভাৰ এজন গুৰি ধৰোতা ব্যক্তি ৷ শিলিখাঘটীয়া বংশৰ বিভিন্ন স্থানত বাস কৰা পৰিয়াল তথা বংশধৰসকলক একেখন মঞ্চত একত্ৰিত  কৰি ১৯৮৫ চনৰ এক শুভ ক্ষণত বংশৰ প্ৰথম খন বংশাৱলী সভা অনুস্থিত কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে তেওঁৱে আছিল শিলিখাঘটীয়া বংশটোৰ প্ৰথমজন মেট্ৰিকুলেট ব্যক্তি ৷ তেওঁ একেৰাহে শিলিখাঘটীয়া বংশ উন্নয়ন সমিতিৰ সম্পাদক, শিক্ষক সন্মিলনি, শাখা সাহিত্য সভা আদি বিভিন্ন সংগঠনত জড়িতহৈ সমাজৰ হকে সেৱা আগবঢ়াইছিল ৷ বৰ্তমান তেওঁ  এজন অৱসৰ প্ৰাপ্ত শিক্ষক ৷

No comments:

Post a Comment

Search

Powered by Blogger.